কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অংকল’জিAbstract Noun
কৰ্কট ৰোগ সম্পৰ্কে অধ্যয়ন কৰা চিকিৎসাবিজ্ঞানৰ বিভাগ৷
The study of Cancer disease.
- অংকশায়িনীong.ko.xa.yi.niCommon Noun
পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
a man's partner in marriage; the female spouse.
- অংকীয়া নাটong.ki.ya natAbstract Noun
এটা মাত্ৰ অংক থকা অসমৰ বৈষ্ণৱ যুগৰ নাটক৷
The single act drama of Vaisnavism era written by Vaisnava saints of Assam like Sankardeva, Madhavdeva etc.
- অংকুৰong.kurMaterial Noun
মেৰ খাই থকা আৰু ভালকৈ নুফুলা কোমল ফুল |
A half grown partially opened flower.
- অংকুৰকong.ku.rokMaterial Noun
চৰাইয়ে কণী পাৰিবলৈ আৰু পোৱালি তুলিবলৈ সজা ঘৰ
The home found or built by bird where it lays eggs and shelters its young
- অংকুৰণong.ku.ronVerbal Noun
গাঁজ বা পোখা মেলা প্ৰক্ৰিয়া
the process of growing a new sprout
- অংগong.goCommon Noun
কোনো বস্তুৰ গঠন বা নিৰ্মাণত ব্যৱহাৰ হোৱা সৰু অংশ
The full or proper portion or part allotted or belonging to or contributed or owed by an individual or group.
- অংগকong.goMaterial Noun
জীৱিত বা মৃত, প্ৰাণী বা উদ্ভিদৰ শাৰীৰিক গঠন বা ভৌতিক ৰূপ।
the physical structure and material substance of an animal or plant, living or dead.
- অংগক্ষতong.go.khyotVerbal Noun
দেহৰ কোনো অংশ কাটি পেলোৱা কাৰ্য্য বা হানি কৰা কাৰ্য্য
amputation or cutting off a limb
- অংগচ্ছেদনong.gos.se.donVerbal Noun
দেহৰ কোনো অংশ কাটি পেলোৱা কাৰ্য্য বা হানি কৰা কাৰ্য্য
amputation or cutting off a limb
- অংগচ্ছেদ্ong.gos.sedVerbal Noun
দেহৰ কোনো অংশ কাটি পেলোৱা কাৰ্য্য বা হানি কৰা কাৰ্য্য
amputation or cutting off a limb
- অংগজ প্ৰজননAbstract Noun
A form of asexual reproduction of a plant. Only one plant is involved and the offspring is the result of one parent.
- অংগত্ৰong.got.roMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- অংগত্ৰাণong.go.tranMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- অংগদোষong.go.do`xAbstract Noun
শৰীৰৰ কোনো অংগত থকা ঘা-ঘুণ৷
a physical defect.
- অংগনাong.go.naCommon Noun
প্ৰাপ্তবয়স্ক স্ত্ৰীলিঙ্গৰ মানুহ
An adult female human
- অংগনৱাদীong.gon.ba.diProper Noun
মানৱ উন্নয়ন মন্ত্ৰনালয়ৰ অধীনত অনুন্নত আৰু পিচপৰা অঞ্চলসমূহৰ শিশু আৰু মাতৃসকলৰ সেৱা আগবঢ়াবৰ কাৰণে গঠন কৰা এটা প্ৰধান কেন্দ্ৰ্ৰ৷
A focal point under Ministry of Human Development for the delivery of services to children and mother's in rural & urban areas.
- অংগবিদ্যাong.go.bidyaAbstract Noun
হাতৰ ৰেখা চাই ভৱিষ্যবাণী কৰা বিদ্যা
Telling fortunes by lines on the palm of the hand
- অংগলোমong.go.lo`mMaterial Noun
মানুহ বা আন জন্তুৰ গাত গজা চুটি চুলি
short hair of the body (other than the head)
- অংগসংস্থানবিদong.go.xongs.than.bidCommon Noun
জীৱদেহৰ গঠন সম্পৰ্কে অধ্যয়ন কৰোঁতা ।
one who studies about morphology