← ফুৰি যাওক

অংগ

ong.go

অৰ্থ

1.

কোনো বস্তুৰ গঠন বা নিৰ্মাণত ব্যৱহাৰ হোৱা সৰু অংশ

The full or proper portion or part allotted or belonging to or contributed or owed by an individual or group.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

জীৱদেহৰ কোনো বিশেষ অংশ, যি এটা নিৰ্দ্দিষ্ট কাম কৰে; যেনেঃ চকু, পাখি বা পাত|

A differentiated part of an organism, such as an eye, wing, or leaf, that performs a specific function.

বস্তুবাচক বিশেষ্য

3.

ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷

In ancient India, one of the sixteen Mahajanapada(releam)

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অংগ · অসমীয়া অভিধান