কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লণ্ডভণ্ডlaṇḍabhaṇḍaAdjective
"ৰণ্ডভণ্ড" চোবাঁ।
- লণ্ডাশ্ৰমীlaṇḍāśramīAdjective
ল'ৰা-তিৰোতা নথকা, উদাসীন
having no wife and children
- লতাচানেকীয়াlo.ta.sa.ne.ki.yaVerbal Adj.
মাটি, বেৰ আদিত বগাই বাঢ়ি যোৱা (উদ্ভিদ)
growing along the ground, a wall, etc., as a plant
- লতৰাlatarāAdjective
সোবাদ বা ইন্দ্ৰিয় সুখপ্ৰিয়; লুভীয়া; লুতুৰা
fond of dainties or pleasure; covetous
- লদা-লদAdjective
বহুত লদা বা চপৰা হোবা বা কৰা
divided into many lumps
- লনা-লনAdjective
বহুত লনা হোবা; লনা-লন
consisting of many long clusters
- লনিlaniAdjective
সকলো ভাগ সমান বা নিয়মিত জোখৰ; শুবনা
well-proportioned; handsome
- লনি-দনিlani-daniAdjective
কোমল (মাত-কথা, ৰূপ বা অবস্হা)
mild; polite; soft
- লন্দনProper Adj.
নমনীয় বা সহজে ভাঁজ দিব পৰা
Malleable or easily bendable
- লপথপlop.thopProper Adj.
লুথৰী পিঠা বা বোকাৰ নিচিনা আৰু বীজলুৱা৷
Sticky, viscid and semisolid form (of mud, crystal, jelly etc).
- লপথপীয়াlop.tho.piyaProper Adj.
লুথৰী পিঠা বা বোকাৰ নিচিনা আৰু বীজলুৱা৷
Sticky, viscid and semisolid form (of mud, crystal, jelly etc).
- লপলপীlop.lo.piMaterial Noun
কাৰ্ফাই ধনু বা হিলৈৰ ঘোঁৰা ওফৰোৱা যতন |
A small projecting tongue in a firearm that, when pressed by the finger, actuates the mechanism that discharges the weapon.
- লপাlapāAdjective
সোলা; দাঁত নথকা
toothless
- লপাই-টুলুঙাlapāi-ṭuluṅāAdjective
লপ্লপ কৰে কথা কোবা আৰু পাতল; যেনে -"লপাই-টুলুঙা ল'ৰা"
talkative and fickle
- লপ্থপীয়াlapthapīẏāAdjective
কোমল আৰু মঙহাল; বোকাৰ নিচিনা; লেউ-সেউ
soft and shapeless; viseid and of the consistency of mud; lumpy
- লপ্থপ্lapthapAdjective
কোমল আৰু মঙহাল; বোকাৰ নিচিনা; লেউ-সেউ
soft and shapeless; viseid and of the consistency of mud; lumpy
- লপ্লপীয়াlaplapīẏāAdjective
অকামিলা কথা কোবা; বাছ-বিচাৰ নোহোবা বহু কথা কোবা
talkative; babbling
- লবণাক্তAdjective
লুণীয়া
saline
- লবলেশlabaleśaAdjective
সামান্য; নিচেই কম।
- লবেজানlabejānaAdjective
কণ্ঠাগত-প্ৰাণ; মৰোঁ মৰোঁ হোবা
about to die