← ফুৰি যাওক

লনি-দনি

lani-dani

অৰ্থ

1.

কোমল (মাত-কথা, ৰূপ বা অবস্হা)

mild; polite; soft

বিণ.

2.

সকলো ফালে ভাঁজ লোবা; গতিকে ঠৰঙা নোহোবা; লেতুসেতু

pliable

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ