← ফুৰি যাওক

লবলেশ

labaleśa

অৰ্থ

1.

সামান্য; নিচেই কম।

বিণ.

2.

অলপো; কিছুমাত্ৰ; যেনে-"অতি লবলেশ বিষয়-মুখঃ আকে লাগি ভৈল হৰি-বিমুখ" (কীৰ্তন)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ