কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেঁচাই-খোবাkem̐cāi-khobāAdjective
নিসিজা বা নপকা অবস্হাতে খাব পৰা (আলু, কচু, কঁঠাল আদি)
eatable in a raw or unripe state
- কেঁচাই-খোৱাke~.sai-ko’.waProper Adj.
বৰ উগ্র স্বভাৱী
A person with an violently ill temper
- কেঁচাবন্ধাke~sa.bon.dhaAdjective Adj.
bound with light papers
- কেঁচাশালkem̐cāśālaAdjective
আমঠ; বুজনি নোলোবা; মইমত; দাম্ভিক
self-willed; not amenable to reason
- কেঁচীয়াkem̐cīẏāAdjective
কতীয়া; হলনীয়া; হঁকয়া; পোনে পোনে নোপোবা
aslant; oblique
- কেঁচীয়াকেঁচিAdjective
crossing or cutting each other diagonally or obliquely (not at right angles or parallels)
- কেঁচেলুবাkem̐celubāAdjective
আধা-পকা
half-ripe
- কেঁচেলুৱাke~.se.lu.waAdjective Adj.
পূৰঠ হৈ পকিবলগা হোৱা ফল-মূল ৷
Some fruit that is mature enough and beginning to ripen.
- কেঁচেৰাkem̐cerāAdjective
বিজাতৰীয়া; দুষ্ট; নটীয়া
degenerate; wicked; depraved
- কেঁটেলাkem̐ṭelāNoun
কেঁটেলা-পহু; নোমৰ সলনি দীঘল, জোঙা আৰু ঠৰঙা কাঁইটেৰে গা ঢাক খাই থকা এবিধ গাহৰিৰ গঢ়ৰ বনৰীয়া চাৰি- ঠেঙীয়া জন্ত্ত
a porcupine; Hystrix bengalensis
- কেঁতুৰীয়াke~.tu.riyaProper Adj.
সামান্য পৰিমাণে হালধীয়া বৰণৰ ৷
Somewhat yellow or tinged with yellow color.
- কেঁথাkem̐thā
বিয় নিহালি
a quilt
- কেঁহাkem̐hāAdjective
শিলিখা, কেঁচা তামোল আদি খালে মুখত লগা নিচিনা বেয়া আস্বাদ-যুক্ত
having an astringent taste
- কেঁৰাkem̐rāAdjective
এফলীয়া চকু-যুক্ত
squint-eyed
- কেঁৰা-কেঁৰিkem̐rā-kem̐riAdjective
কতীয়া-কতি; কেঁচীয়া-কেঁচি; এটা এফাললৈ আনটো আনফাললৈ ঢাল লোবা; সমান্তৰাল নোহোবা
leaning in opposite ways; not parallel; crossing one another at an angle
- কেঁৰা-চকুবাkem̐rā-cakubāAdjective
কেঁৰা চকু থকা; এফাললৈ চাওঁতে আন ফাললৈ চোবা যেন দেখা চকু থকা
squint-eyed
- কেইটামানkei.ta.manProper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one
- কেইদিনমানkei.din.manProper Adj.
অতি কম সময়ৰ ভিতৰত বুজাবলৈ ৷
within a little time.
- কেইবামহলীয়াkei.ba.mo.ho.li.yaProper Adj.
খলপা-খলপিকৈ সজা, অৰ্থাত্ অনেক খলপ বা মহল থকা (ঘৰ)।
(of a building) having several or many stories.
- কেকোৰা-চুলীয়াke.ko`.ra-su.li.yaProper Adj.
কেকোৰা-কেকুৰি চুলি থকা মূৰ৷
having curly hair