← ফুৰি যাওক

কেঁচাই-খোবা

kem̐cāi-khobā

অৰ্থ

1.

নিসিজা বা নপকা অবস্হাতে খাব পৰা (আলু, কচু, কঁঠাল আদি)

eatable in a raw or unripe state

বিণ.

2.

অবিবেচক; খঙাল; উগ্ৰস্বভাবী

furious; desperate

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেঁচাই-খোবা · অসমীয়া অভিধান