← ফুৰি যাওক

কেঁচেলুবা

kem̐celubā

অৰ্থ

1.

আধা-পকা

half-ripe

বিণ.

2.

আধা-সিজা

half-boiled

বিণ.

3.

অলপ জাতি বা পোহ লোবা; অলপ ঘৰচীয়া

half-tamed

বিণ.

4.

ভালকৈ পূৰঠ, কামিলা বা শিক্ষিত নোহোবা

not fully developed or skilled

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেঁচেলুবা · অসমীয়া অভিধান