কেঁটেলা
kem̐ṭelā
অৰ্থ
1.
কেঁটেলা-পহু; নোমৰ সলনি দীঘল, জোঙা আৰু ঠৰঙা কাঁইটেৰে গা ঢাক খাই থকা এবিধ গাহৰিৰ গঢ়ৰ বনৰীয়া চাৰি- ঠেঙীয়া জন্ত্ত
a porcupine; Hystrix bengalensis
বি.
2.
গৰু গাড়ীৰ বম-মাৰিৰ তলত, তাৰ খাজে খাজে আৰু ধুৰাৰ দুই মূৰৰ ওপৰত চকাৰ ভিতৰ ফালে পথালিকৈ বহুবাই দিয়া দুচটা ডাঠ কাঠ
the slab of wood fixed crosswise at each end of the axie of a bullock cart, inside the wheel, to support the shafts and the body of the cart
বি.
3.
খীণোবা; হাড়-ছাল ওলোবা
thin; lean
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ