কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অনাদিনিধনProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- অনাদৃতo.na.dri.toVerbal Adj.
যাক অনাদৰ বা অৱহেলা কৰা হয়
one, who or which is not paid attention
- অনাদ্যo.na.dyoProper Adj.
যাৰ পৰিধিৰ কোনো সীমা নাই
Something that does not have any limit in range or scope.
- অনাদ্যন্তo.na.dyon.toProper Adj.
যাৰ পৰিধিৰ কোনো সীমা নাই
Something that does not have any limit in range or scope.
- অনাদৱতanādawataAdjective
আদৰ নোপোবা; মৰম নোপোবা
not receiving affection
- অনাধিকo.na.dhikAdjective Adj.
সংখ্যাত একতকৈ বেছি থকা ৷
Quantity that outnumbers one.
- অনানুষ্ঠানিকo.na.nus.tha.nikAdjective Adj.
যিটো আনুষ্ঠানিকভাৱে নহয় ।
unofficial or which is not formal.
- অনাবণ্টিতProper Adj.
যিবোৰ ধন প্ৰতিশ্ৰুতি দিয়া হৈছে কিন্তু এতিয়াও পৰিশোধ কৰা হোৱা নাই৷
Funds that have been committed but not yet paid out.
- অনাবদ্ধanābaddhaAdjective
জ্ঞান-লাভৰ পাছত ওপজা বা কৰা। (কৰ্ম্ম বা সংস্কাৰ)। "জ্ঞান-প্ৰাপ্তিৰ উত্তৰকালৰ কৰ্ম্মক অনাৰদ্ধ বুলি, সি টোনৰ শৰ সম নচলয়" (ক.গী.)।
- অনাবিলanābilaAdjective
নিৰ্ম্মল
pure
- অনাবিষ্কৱতanābiṣkawataAdjective
অপ্ৰকাশিত; আবিষ্কৱত নোহোবা; নেদেখা হৈ থকা
undiscovered
- অনাবৃতo.na.bri.toProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- অনাবৱতanābawataAdjective
আবৱত নকৰা; মুকলি; ঢাকি নোথোবা
uncovered; open
- অনাভুৱাo.na.bhu.waProper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- অনাভৃতVerbal Adj.
(ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা(খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া
[a] free of obstructions to sight, movement, or internal arrangement[b]set so as to permit passage through the opening it can be used to close.
- অনামকo.na.mokProper Adj.
কোনো নাম নথকা বা প্ৰকাশ নকৰা
Having or bearing no name.
- অনামীo.na.miProper Adj.
নিজৰ নাম নজনোৱা, নিলিখা বা গোপনে ৰখা (লোক)।
whose name is not known or not made public.
- অনাময়anāmaẏaAdjective
নিৰোগী; সুস্হ; নিৰাময়; নিঘুণী
healthy; sound
- অনালোকিতo.na.lo’.kitProper Adj.
পোহৰৰ অভাৱত ভালদৰে মনিব নোৱাৰা
obscure from lack of light or emitted light
- অনাশিনProper Adj.
যাক নাশ কৰিব নোৱাৰি
that cannot be destroyed