← ফুৰি যাওক

অনাবদ্ধ

anābaddha

অৰ্থ

1.

জ্ঞান-লাভৰ পাছত ওপজা বা কৰা। (কৰ্ম্ম বা সংস্কাৰ)। "জ্ঞান-প্ৰাপ্তিৰ উত্তৰকালৰ কৰ্ম্মক অনাৰদ্ধ বুলি, সি টোনৰ শৰ সম নচলয়" (ক.গী.)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অনাবদ্ধ · অসমীয়া অভিধান