কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সাফল্যমণ্ডিতxa.pho.lyo.mon.di.toProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- সাবগ্ৰাহীsābagrāhīAdjective
সাৰভাগ গ্ৰহণ কৰিব পৰা; তাৎপৰ্য্য গ্ৰহণ কৰিব পৰা।
- সাবধানsābadhānaAdjective
মনোযোগী; সতৰ্ক; গাত তত ্ থকা; ততোবাল; . বি. সাবধানতা ক্ৰি. বিণ. সাবধানে।
attentive; careful; heedful
- সাবলীলsābalīlaAdjective
অবলীলা-সহিত; স্বচ্ছন্দ; অনায়াসে কৰা
easy
- সাবশেষsābaśeṣaAdjective
অবশেষ হোবা; শেষ; সম্পূৰ্ণ; বাকী নথকা . ক্ৰি. বিণ. সাবশেষ।
ended; complete
- সাবালকsābālakaAdjective
বয়স্ক
adult
- সাবিত্ৰী-পতিতsābitrī-patitaAdjective
উপযুক্ত সময়ত লগুণ নিদিয়াত হোৰা পতিত
out-cast for not being invested with holy thread in time
- সাব্যস্তsābyastaAdjective
প্ৰমাণিত; নিৰ্ণীত; . সাম, সামবেদ [সং.] বি. চাৰি বেদৰ তৱতীয় বেদ; (এই বেদত দেবতাৰ স্তব-স্ত্ততিবিলাক সুৰ লগাই লিখা আছে।)
decided; proved ; the third of the Vedas
- সাবয়বxa.bo.yobProper Adj.
শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷
embodied in flesh; having taken human form(of God, the devil etc).
- সামগ্ৰিকxa.mo.grikProper Adj.
Concerned with, applicable to, or affecting the whole or every member of a class or category. Including everything.
- সামতলিকxa.mo.to.likProper Adj.
একে সমতলত থকা৷ যেনে-সামতলিক জ্যামিতি৷
Confined to same plane
- সামন্তবাদীxa.mon.to.ba.diProper Adj.
সামন্ত প্ৰথাৰ সৈতে সম্পৰ্ক থকা বা সেই সম্বন্ধীয়
of, pertaining to, or like the feudal system
- সামন্তীয়Proper Adj.
সামন্ত প্ৰথাৰ সৈতে সম্পৰ্ক থকা বা সেই সম্বন্ধীয়
of, pertaining to, or like the feudal system
- সামাজিকsāmājikaNoun
"সপোন"।
- সামান্যsāmānyaAdjective
সদায় দেখা শুনা; বিশেষত্ব নথকা; সধাৰণ; ইতৰ
common; ordinary
- সামান্যতমxa.ma.nyo.tomProper Adj.
কোনো ক্ষেত্ৰত সম্ভৱপৰ আটাইতকৈ কম পৰিমাণ ৷
The least quantity assignable, admissible, or possible, in a given case.
- সামান্যতাxa.ma.nyo.taProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- সামিষsāmiṣaAdjective
মাছ-মাংস থকা; যেনে-"সামিষ আহাৰ"
including or consisting of meat or fish
- সামুদ্ৰxa.mu.droProper Adj.
সাগৰত পোৱা বা সাগৰত উৎপন্ন হোৱা
Produced by or found in sea
- সামুদ্ৰ; সামুদ্ৰিক। সমুদ্ৰ-মন্হনAdjective
[সং.] এফালে অসুৰ আৰু আনফালে দেবতাবিলাক খাকি কৰা সাগৰ-মন্হন, যাৰ ফলত অমৱত উৎপন্ন হৈছিল।