সামাজিক
sāmājika
অৰ্থ
1.
"সপোন"।
বি.
2.
সমাজ বা সভা-সম্বন্ধীয়
relating to a meeting or an assembly
বিণ.
3.
কোনো সম্প্ৰদায় বা জাতৰ মানুহ সম্পৰ্কীয়; সাম্প্ৰদায়িক; . সমাজ বান্ধি থকা; সমাজত বা একেলগে লগ লাগি থকা; . বি. সামাজিকতা।
relating to a society or seat ; living in a community; social
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ