← ফুৰি যাওক

সামান্য

sāmānya

অৰ্থ

1.

সদায় দেখা শুনা; বিশেষত্ব নথকা; সধাৰণ; ইতৰ

common; ordinary

বিণ.

2.

ক্ষুদ্ৰ; অলপীয়া; . বি. সামান্যতা।

insignificant; trifing

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ