কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অহেদিAdverb
কওঁতাৰ ওচৰৰ ফাললৈ
to the side nearer to the speaker
- অহোপুৰুষাৰ্থo.ho’.pu.ru.xar.thoVerbal Noun
বাৰে বাৰে অতি কষ্ট কৰি কৰা যত্ন বা পৰিশ্ৰম৷
hard and continuous work; exhausting labor or effort.
- অহোপুৰুষাৰ্থ কৰ্o.ho`.pu.ru.xar.tho korVerb-Intran.
লক্ষ্য প্ৰাপ্তিৰ বাবে অতিশয় চেষ্টা বা প্ৰয়াস কৰ্
to make strenuous efforts toward any goal
- অহৰহaharahaAdverb
দিন দিন; নিতৌ; দিনক দিনে; প্ৰতিদিন; সদায়
daily; always
- অহৰ্নিশaharniśaAdverb
দিনে- ৰাতিয়ে; সদায়
day and night; always
- অহৰ্নিশিaharniśiAdverb
দিনে- ৰাতিয়ে; সদায়
day and night; always
- অহৰ্নিশেaharniśeAdverb
দিনে- ৰাতিয়ে; সদায়
day and night; always
- অৰণ্যবাসVerbal Noun
নিজ দেশৰপৰা বহিষ্কাৰ কৰা কাৰ্য্য বা অৱস্থা
the state of being barred from one`s native country
- অৰণ্যৰোদনo.ron.yo.ro.donVerbal Noun
কোনো প্ৰভাৱ নপৰা অসফল প্ৰচেষ্টা
futile or useless attempt, effecting no results
- অৰিহণা যোগাo.ri.ho.na jo’.gaVerb-Intran.
কিবা এটা ভাল কামৰ বাবে টকা-পইছা অথবা আন সহায় আগবঢ়া ৷
To give a part to a common stock; to lend assistance or aid, or give something, to a common purpose; to have a share in any act or effect.
- অৰ্চor.soVerb-Trans.
ভগৱান, দেৱতা বা আন পূজনীয় বস্তুত উদ্দেশ্যে প্ৰাৰ্থনা আওৰা
To utter or address a prayer or prayers to God, a god, or another object of worship
- অৰ্চ্arcTransitive verb
পূজা কৰ; মান কৰ; উপাস; শুশ্ৰুষা কৰ্
to worthip; to respect; to serve
- অৰ্চ্চ্arccTransitive verb
পূজা কৰ; মান কৰ; উপাস; শুশ্ৰুষা কৰ্
to worthip; to respect; to serve
- অৰ্জন কৰ্or.jon korVerb-Trans.
কোনো বস্তু নিজৰ হাতলৈ আন্ বা হস্তগত কৰ্
to receive or come to have possession, use, or enjoyment of
- অৰ্জাVerbal Adj.
শ্ৰম অথবা সেৱাৰ বিনিময়ত লাভ কৰা
obtained in return for labour or service
- অৰ্জ্arjTransitive verb
ঘট্; আৰ্জ্; শ্ৰম কৰি পা; উপাৰ্জ্জন কৰ্
to earn
- অৰ্জ্জন কৰ্or.jon korVerb-Trans.
কোনো বস্তু নিজৰ হাতলৈ আন্ বা হস্তগত কৰ্
to receive or come to have possession, use, or enjoyment of
- অৰ্জ্জ্arjjTransitive verb
ঘট্; আৰ্জ্; শ্ৰম কৰি পা; উপাৰ্জ্জন কৰ্
to earn
- অৰ্থ বুজ্or.tho bujVerb-Trans.
কি সূচাইছে অনুধাৱন কৰ্
to understand the meaning of
- অৰ্থ ভাংor.tho bhangVerb-Trans.
ৰচনা, শব্দ বা ছবিত চমু টোকা বা অৰ্থ সন্নিৱিষ্ট কৰ্
to add a brief explanation or meaning to a text or word or diagram