← ফুৰি যাওক

অৰিহণা যোগা

o.ri.ho.na jo’.ga

অৰ্থ

1.

কিবা এটা ভাল কামৰ বাবে টকা-পইছা অথবা আন সহায় আগবঢ়া ৷

To give a part to a common stock; to lend assistance or aid, or give something, to a common purpose; to have a share in any act or effect.

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৰিহণা যোগা · অসমীয়া অভিধান