← ফুৰি যাওক

অৰ্চ্চ্

arcc

অৰ্থ

1.

পূজা কৰ; মান কৰ; উপাস; শুশ্ৰুষা কৰ্

to worthip; to respect; to serve

সক. ধা.

সমাৰ্থক শব্দ

2.

ভাব্; বিবেচনা কৰ্

to reflect; to think

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ