কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মমত্বmamatbaNoun
মোৰ কৰ্ম্ম বা মই কৰা কৰ্ম্ম, এনেকুবা ভাব যেনে-"অহঙ্কাৰ মমকাৰ ভেজি......মোক্ষ লভে" (ক. গী.)
egotism
- মমবাতিmamabātiNoun
মাজত শলাকানি ভৰাই বস্তি-স্বৰূপে ব্যবহাৰ কৰিবলৈ যুগুত কৰা মৌশিটা বা তেনেকুবা তেলীয়া বস্ত্ত
wax-candle
- মমৌmamauNoun
সৰু ল'ৰাৰ লিঙ্গ
the male organ of a little boy
- মম্momMaterial Noun
মৌ-মাখিয়ে মৌবাহত তৈয়াৰ কৰা এক হালধীয়া বৰণৰ তেলজাতীয় গোটা পদাৰ্থ, যাক ১৪৫ ডিগ্ৰী ফাৰেনহিট উষ্ণতাত গলাব পাৰি ৷
a solid, yellowish, nonglycerine substance allied to fats and oils, secreted by bees, plastic when warm and melting at about 145°F, variously employed in making candles, models, casts, ointments, etc., and used by bees in constructing their honeycomb.
- মলmalaNoun
ওখল; গাৰ মলি; গূ-মূত
dirt; soil; ordure and urine
- মলখুmalakhuNoun
চালনীত নসৰকা নভগা কঁৰা চাউল
unbroken rice which remains on the sieve after sifting
- মলখু-চাউলmalakhu-cāulaNoun
চালনীত নসৰকা নভগা কঁৰা চাউল
unbroken rice which remains on the sieve after sifting
- মলখূmo.lo.khuMaterial Noun
ধান বানি চালোতে চালনীৰ ওপৰত ৰোৱা গোটা চাউল ৷
remaning solid rice after separating husk from rice gain by a sieve.
- মলঙmalaṅaNoun
নাবৰ ডিঙি; নাবৰ টিং
the prow of a boat
- মলত্যাগmalatyāgaNoun
পেটৰ মলি উলিওবা কাৰ্য্য; শৌচাচাৰ
the act of voiding excrement
- মলদ্বাৰmaladbāraNoun
পোকৰ; শৌচদ্বাৰ; বহিৰ্দ্বাৰ
the anus
- মলপmalapaNoun
নৈৰ সোঁত নথকা পানী; স্হিৰ পানী
still or standing water in a river
- মলবদ্ধতাmol.bod.dho.taAbstract Noun
a stomach disease, difficult or infrequent evacuation of feces from bowl
- মলভাণ্ডmol.bhan.doMaterial Noun
মলদ্বাৰত অন্ত পৰা বৃহদান্ত্ৰৰ শেষাংশ
Final section of the large intestine terminating at the anus
- মলভেদmo.lo.bhedAbstract Noun
মলদ্বাৰৰ জৰিয়তে শৰীৰৰ বৰ্জনীয় বস্তু বাহিৰ কৰি দিয়া কাৰ্য্য
The act of discharging waste from the body through the anus.
- মলমmalamaNoun
প্ৰলেপ; লিপি বা সানি দিয়া ঔষধ
a plaster; an ointment
- মলমা কৰাmalamā, karāNoun
খটোবা; সোণ, ৰূপ ইত্যাদি বা তাৰ পানী চৰোবা; যেনে-"সোণৰ মলমা কৰা কটাৰী দুখন" (বুৰঞ্জী)
coated, as with gold or silver
- মলমাসmalamāsaNoun
জ্যোতিষৰ সৌৰ আৰু চান্দ্ৰ দুয়ো মতৰ গণনাৰ মিল কৰিবলৈ তিনি বছৰে তিনি বছৰে বেছিকৈ লোবা মাহ [এই মাহত দুটা আঁউসী পৰে আৰু হিন্দুমতে কোনো শুভ কাৰ্য্য কৰিব নেপায়।]
an interculary month in which occur two new moons but the sun does not change the sign it occupies
- মলমাহmo.lo.mahCommon Noun
একে মাহতে দুটা অমাৱস্যা তিথি পৰা মাহ, সৌৰ আৰু চান্দ্ৰমাহৰ গণনা পদ্ধতিৰ সমিলমিল কৰাৰ কাৰণে প্ৰতি তিনি বছৰৰ মূৰত এটা দিন বঢ়াই লোৱা মাহ (হিন্দু বিশ্বাস মতে এই মাহ অমঙ্গলীয়া বুলি ভবা হয় আৰ কোনো মাঙ্গলিক কাৰ্য্য কৰা নহয়৷)
an intercalary month, in which two new moon day occur (believed to be inauspicious according to Hindu belief).
- মলমূত্ৰmalamūtraNoun
গূ-মূত; শৌচ আৰু সৰুপানী
ordure and urine