← ফুৰি যাওক

মমবাতি

mamabāti

অৰ্থ

1.

মাজত শলাকানি ভৰাই বস্তি-স্বৰূপে ব্যবহাৰ কৰিবলৈ যুগুত কৰা মৌশিটা বা তেনেকুবা তেলীয়া বস্ত্ত

wax-candle

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মমবাতি · অসমীয়া অভিধান