মলমাহ
mo.lo.mah
অৰ্থ
1.
একে মাহতে দুটা অমাৱস্যা তিথি পৰা মাহ, সৌৰ আৰু চান্দ্ৰমাহৰ গণনা পদ্ধতিৰ সমিলমিল কৰাৰ কাৰণে প্ৰতি তিনি বছৰৰ মূৰত এটা দিন বঢ়াই লোৱা মাহ (হিন্দু বিশ্বাস মতে এই মাহ অমঙ্গলীয়া বুলি ভবা হয় আৰ কোনো মাঙ্গলিক কাৰ্য্য কৰা নহয়৷)
an intercalary month, in which two new moon day occur (believed to be inauspicious according to Hindu belief).
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ