কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰুপাধিnirupādhiAdjective
উপাধিশূন্য; নিৰ্গুণ; বিশেষণ-বৰ্জিত।
- নিৰুপায়nirupāẏaAdjective
উপায়হীন; কোনো কাৰ্য্য কৰাৰ বুদ্ধি বা দিহা নথকা; সহায়হীন
not knowing the means of doing a thing; helpless
- নিৰুপিতAdjective
স্হিৰ বা মীমাংসা কৰা; নিৰ্দ্ধাৰিত
determined; ascertained; settled
- নিৰুশ্বাসni.ru.sbaxProper Adj.
মানসিক অস্থিৰতা বা সাজু নোহোৱা অৱস্থাত থকা
being in a tense; unprepared state
- নিৰুৎপাতnirutpātaAdjective
"নিৰুপদ্ৰব" চোবাঁ।
- নিৰুৎসাহজনকni.rut.xa.jo.nokProper Adj.
সাহ নোহোৱা হৈ যোৱা অৱস্থা৷
Deprive of courage and confidence
- নিৰুৎসাহীni.rut.sa.hiProper Adj.
কাম কৰিব নোৱাৰা, কোনো লৰচৰ নোহোৱা
Devoid of activities. Not functioning or operating; out of use.
- নিৰূপিতni.ru.pi.toProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- নিৰোগnirogaAdjective
ৰোগ-নথকা (অবস্হা)
free from disease
- নিৰোগীAdjective
সুস্হ; ৰোগ-নথকা (মানুহ)
healthy
- নিৰোধকাৰকni.ro`dh.ka.rokProper Adj.
ৰোধ কৰিবপৰা ।
making efforts in opposition, preventing movements
- নিৰোধীni.ro`.dhiProper Adj.
ৰোধ কৰিবপৰা ।
making efforts in opposition, preventing movements
- নিৰ্গতnirgataAdjective
ওলোবা; বাজ হোবা; বাহিৰ হোবা
gone out
- নিৰ্গন্ধnirgandhaAdjective
গন্ধ-শূন্য; গোন্ধ-নথকা
having no smell; inodorous
- নিৰ্গন্ধীnirgandhīAdjective
গন্ধ-শূন্য; গোন্ধ-নথকা
having no smell; inodorous
- নিৰ্গুণnirguṇaAdjective
সত্ত্বাদি গুণৰ বাহিৰ; বিষয় আদিত লিপ্ত নোহোবা; শুদ্ধ
not influenced by the three qualities of matter; undefiled by passion
- নিৰ্গ্ৰন্থnirgranthaAdjective
সৰ্ব্ববন্ধনমুক্ত; বি. জৈন বা বৌদ্ধ সন্ন্যাসী-বিশেষ।
- নিৰ্ঘাতnirghātaNoun
বজ্ৰপাত; যেনে-"নিৰ্ঘাত শঙ্কিয়া খেদি আইল গোপজাক" (কীৰ্ত্তন)
thunder-bolt; shaft of lightning
- নিৰ্ঘূণnirghūṇaAdjective
ঘূণ বা দোষ নথকা; কোনো অঙ্গত খুঁত নথকা; নিখুঁত; সুস্হ
without blemish or defect; sound; healthy
- নিৰ্ঘৰিষাnirghariṣāAdjective
ঘনকৈ হেঁচা-হেঁচিকৈ থকা; যেনে -"নিৰ্ঘৰিষা প্ৰজা সব পশন নযাই" (ৰুক্মিণী-হৰণ)
closely packed together