← ফুৰি যাওক

নিৰ্ঘাত

nirghāta

অৰ্থ

1.

বজ্ৰপাত; যেনে-"নিৰ্ঘাত শঙ্কিয়া খেদি আইল গোপজাক" (কীৰ্ত্তন)

thunder-bolt; shaft of lightning

বি.

2.

ধ্বংস; নাশ।

বি.

3.

কষ্টদায়ক; নিমৰমিয়াল (কথা); . যেনে-নিৰ্ঘাত বচন।

unkind

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰ্ঘাত · অসমীয়া অভিধান