নিৰ্গুণ
nirguṇa
অৰ্থ
1.
সত্ত্বাদি গুণৰ বাহিৰ; বিষয় আদিত লিপ্ত নোহোবা; শুদ্ধ
not influenced by the three qualities of matter; undefiled by passion
বিণ.
2.
ভাল গুণ নথকা; অকামিলা
devoid of good qualities; worthless
বিণ.
3.
নিৰ্গুণ-ভাব; নিৰ্লিপ্ত-ভাব।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ