← ফুৰি যাওক

নিৰুপায়

nirupāẏa

অৰ্থ

1.

উপায়হীন; কোনো কাৰ্য্য কৰাৰ বুদ্ধি বা দিহা নথকা; সহায়হীন

not knowing the means of doing a thing; helpless

বিণ.

2.

অসহায় অবস্হা

helpless state

বি.

3.

অনন্যশৰণ; একশৰণ; যেনে-"নিৰুপায় হৰিৰ ভকতি নুহি বৱথা" (কীৰ্ত্তন)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰুপায় · অসমীয়া অভিধান