কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিস্মিত হbis.mi.to hoVerb-Intran.
হঠাতে অতি আশ্চৰ্য্য-চকিত হোৱা
fill with wonder, strike with sudden and usually great wonder or surprise
- বিস্মৃতbis.mri.toVerbal Adj.
যাক পাহৰি যোৱা হৈছে
which has not been remembered
- বিস্মৃতিbis.mri.tiVerbal Noun
মনৰ পৰা পাহৰণ৷
the act of forgetting.
- বিসৰ্জbi.xorjVerb-Trans.
মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।
to surrender something prized or desirable.
- বিসৰ্জন কৰ্bi.xor.jon korVerb-Trans.
মূৰ্ত্তি এটাক পানীত ডুবাই দে
To submerge an idol or a person, etc. in a water body
- বিসৰ্জন দেbi.xor.jon deVerb-Trans.
মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।
to surrender something prized or desirable.
- বিসৰ্জ্bisarjTransitive verb
ত্যাগ কৰ্; বিদায় দি
to give up; to send off
- বিহাbihāNoun
বিয়া
marriage
- বিহানেAdverb
পুবাতে
in the early morning
- বিহু উৰাbi.hu u.raVerb-Trans.
আনুষ্ঠানিক ভাবে বিহু উৎসৱ শেষ কৰ ।
To close the annual Bihu celebrations ceremonially.
- বিহু ভাংbi.hu bhangVerb-Trans.
আনুষ্ঠানিক ভাবে বিহু উৎসৱ শেষ কৰ ।
To close the annual Bihu celebrations ceremonially.
- বিহুৱে সংক্ৰান্তিয়েbi.hu.we xong.kran.ti.yeAdverb
হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |
Now and then or here and there.
- বিহ্bihTransitive verb
বিধান বা ব্যবস্হা দি; আজ্ঞা কৰ্ (দণ্ড, পৰাচিত)
to prescribe; to lay down, as a rule
- বিহ্বল কৰ্bih.bol korVerb-Intran.
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷
to shake involuntarily with quick, short movements, as from fear, excitement, weakness, or col
- বিহৰbi.horVerb-Intran.
কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য বা গন্তব্য নোহোৱাকৈ ইফালে-সিফালে খোজ কাঢ়ি ফুৰ্
to walk around slowly in a relaxed way or without any clear purpose or direction
- বিহৰাbiharāTransitive verb
বেলেগ কৰ্; ভাঙ্
to cause to break; to cause to separate
- বিহৰ্biharIntransitive verb
আনন্দেৰে ফুৰ্; আমোদেৰে ভ্ৰমণ কৰ্
to wander with joy
- বিড়ম্ব্biṛambTransitive verb
বঞ্চনা বা নিৰাশ কৰ্
to deceive or disappoint
- বিয়পি পৰ্bi.yo.pi porVerb-Intran.
(a fluid) to go into a wider area
- বিয়প্biẏapIntransitive verb
বহু ঠাই জোৰ্; বহল হৈ যা
to spread; to extend