← ফুৰি যাওক

বিহৰা

biharā

অৰ্থ

1.

বেলেগ কৰ্; ভাঙ্

to cause to break; to cause to separate

সক. ধা.

2.

বিচ্ছেদ; যেনে-"কিবা ৰাম দদা তোক অনিষ্ট কৰিল। সি কাৰণে তান তঞি ৰাজ্য বিহৰাইল" (মা. ক.)।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিহৰা · অসমীয়া অভিধান