← ফুৰি যাওক

বিহা

bihā

অৰ্থ

1.

বিয়া

marriage

বি.

2.

বিয়া কৰ

to marry

সক. ধা.

3.

একুৰিৰ লেখ

a score

বি.

4.

বহল বা অধিকৰূপে ক

to enlarge upon

সক. ধা.

5.

বিহ দি বা মিহলি কৰ্

to poison, as water or tank

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিহা · অসমীয়া অভিধান