বিড়ম্ব্
biṛamb
অৰ্থ
1.
বঞ্চনা বা নিৰাশ কৰ্
to deceive or disappoint
সক. ধা.
2.
উলাই কৰ্; ইতিকিং কৰ্; যেনে -"যাহাৰ চৰিত্ৰচয় মুকূতিতো বিড়ম্বয় হেন কৱষ্ণ ভৈলোহো বঞ্চিত" (প্ৰথম স্কন্ধ)
to ridicule; to contempt
সক. ধা.
3.
মনত দুখ পা; নৈৰাশ হ; যেনে-"ইটো পাপ গুৰুতৰ দেখি অতি বিদুৰৰ তাসম্বাত মন বিড়ম্বিল" (তৱতীয় স্কন্ধ)
to be afflicted; to be disappointed
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ