কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অশীঘ্ৰo.xi.ghroVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- অশুদ্ধভাৱেo.xud.dho.bha.beAdverb
শুদ্ধকৈ নহয় বা অসঠিকভাৱে৷
In an improper manner; not properly.
- অশেষaśeṣaAdjective
শেষ বা অন্ত নথকা; ওৰ নপৰা; . ক্ৰি. বিণ. বৰ বেছিকৈ; ঠাই নোহোবাকৈ।
endless
- অশেষি-বিশেষিAdverb
(পু. অ.) সম্পূৰ্ণকৈ আৰু বিশেষকৈ
exhaustively and minutely
- অশ্বাৰোহনVerbal Adj.
ঘোঁৰাৰ ওপৰত উঠি কৰা কৰা কাৰ্য্য বা ক্ৰীড়া
the sport or activity of riding horses
- অশ্ৰুকাতৰos.ru.ka.torVerbal Adj.
চকুলোৰে ভৰা বা চকুলোৰে সেমেকা
Eyes filled or wet with tears.
- অশ্ৰুক্ষৰণVerbal Noun
চকুৰপৰা লোতক নিগৰা
the flow of tears
- অশ্ৰুত্যাগos.ru.tyagVerbal Noun
শোকত বা দুখত চকুলো উলিওৱা কাৰ্য্য
the act of shedding tears
- অশ্ৰুপাতos.ru.patVerbal Noun
শোকত বা দুখত চকুলো উলিওৱা কাৰ্য্য
the act of shedding tears
- অশ্ৰুবিসৰ্জ্জনos.ru.bi.xor.jonVerbal Noun
শোকত বা দুখত চকুলো উলিওৱা কাৰ্য্য
the act of shedding tears
- অশ্ৰুবৰ্ষণos.ru.bor.xonVerbal Noun
শোকত বা দুখত চকুলো উলিওৱা কাৰ্য্য
the act of shedding tears
- অশ্ৰুভৰাos.ru.bho.raVerbal Adj.
চকুলোৰে ভৰা বা চকুলোৰে সেমেকা
Eyes filled or wet with tears.
- অশ্ৰুময়os.ru.moyVerbal Adj.
চকুলোৰে ভৰা বা চকুলোৰে সেমেকা
Eyes filled or wet with tears.
- অশ্ৰুসিক্তoshru.xiktoProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- অশৰণীয়াo.xo.ro.ni.yaVerbal Adj.
দীক্ষা বা মন্ত্ৰ দান নকৰা বা কোনো ধৰ্ম বা পন্থাত অন্তৰ্ভুক্ত নকৰা।
not admitted into an organizaton or group, secret knowledge, etc.
- অষ্টাঙ্গেAdverb
শৰীৰৰ আঠ অঙ্গ মাটিত লগাই (প্ৰণাম)।
- অসংক্ৰামকo.xong.kra.mokVerbal Adj.
সহজে বিয়পিব নোৱাৰা বা এজনৰ পৰা আনজনৰ শৰীৰলৈ সহজে যাব নোৱাৰা
not capable of being communicated or transmitted easily
- অসংক্ৰাম্য কৰ্o.xong.kra.myo korVerb-Trans.
ৰোগ নিবিয়পিবৰ কাৰণে অলগাই ৰখা।
To compel to remain at a distance, or in a given place, without intercourse, when suspected of having contagious disease; to put under, or in, quarantine.
- অসংচাৰীo.xong.sa.riVerbal Adj.
সহজে বিয়পিব নোৱাৰা বা এজনৰ পৰা আনজনৰ শৰীৰলৈ সহজে যাব নোৱাৰা
not capable of being communicated or transmitted easily
- অসংশয়েo.xong.xo.yeAdverb
হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
sth determined, specified or decided earlier to happen/do.