← ফুৰি যাওক

অশেষ

aśeṣa

অৰ্থ

1.

শেষ বা অন্ত নথকা; ওৰ নপৰা; . ক্ৰি. বিণ. বৰ বেছিকৈ; ঠাই নোহোবাকৈ।

endless

বিণ.

2.

সম্পূৰ্ণকৈ; নিশেষৰূপে

completely; exhaustively

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অশেষ · অসমীয়া অভিধান