← ফুৰি যাওক

অশীঘ্ৰ

o.xi.ghro

অৰ্থ

1.

প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |

Taking relatively long time to do a thing

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অশীঘ্ৰ · অসমীয়া অভিধান