কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হিজৰাhij.raCommon Noun
মতা বা তিৰোতাৰ সম্পূৰ্ণ অঙ্গ নথকা মানুহ৷
A person having nither the male nor the female organ fully developed.
- হিজৰীhijarīNoun
খ্ৰীষ্ট-জন্মৰ
- হিটলাৰhit.larProper Noun
এডল্ফ হিটলাৰ (ইংৰাজী: Adolf Hitler; German:(২০ এপ্ৰিল, ১৮৮৯ – ৩০ এপ্ৰিল, ১৯৪৫) মানৱ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোক সকলৰ মাজৰ এজন, তৃতীয় ৰেইখৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল৷ তেখেত আছিল ২য় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদি গণহত্যাৰ কাৰক আছিল৷
Adolf Hitler was an Austrian-born German politician who was the leader of the Nazi Party, Chancellor of Germany from 1933 to 1945, and Fuhrer of Nazi Germany from 1934 to 1945.
- হিট্হিট্hiṭhiṭNoun
বহু মানুহৰ হুলস্হূল বা সমাগমৰপৰা উঠা শব্দ; ঘিটঘিট
imitative word used to express the humming sound produced by a large concourse of people
- হিট্হিট্নিNoun
হিট্ হিট্ কৰা কাৰ্য্য; ঘিট্ঘিটনি; অক. ধা. হিট্হিটা; ঘিট্ঘিটা; যেনে-"বিয়াৰ মানুহে দৰা ঘৰত হিট্হিটাইছে" বি ঘিট ঘিটাইছে।
- হিতhitaAdjective
উপকাৰী; মঙ্গলজনক; কল্যাণকৰ; শুভ
good; beneficial; auspicious; beneficient
- হিতবাদীNoun
হিত বা উপকাৰী কথা কোবা
one who gives friendly and salutary advice
- হিতাকাঙ্ক্ষীhi.ta.kang.khyiCommon Noun
মঙ্গল চিন্তা কৰা, লোকৰ ভাল কামনা কৰা ব্যক্তি |
Someone who shares your feelings or opinions and hopes that you will be successful.
- হিতাধিকাৰীhi.ta.dhi.ka.riCommon Noun
চৰকাৰ বা কোনো সাহায্যকৰ্তাৰ পৰা সহায় পাবলগীয়া কোনো মানুহ বা সংগঠন
a natural person or other legal entity who receives money or other benefits from a benefactor.
- হিতাহিতFeminine; Noun
ভাল-মন্দ; শুভা- শুভ; উপকাৰী-অপকাৰী
good or bad
- হিতাহিত জ্ঞানhi.ta.hit gyanAbstract Noun
মানসিক অৱস্থা যি ভুল আৰু শুদ্ধ বিচাৰ কৰিব পাৰে।
the set up of mind that helps to differentiate between right and wrong
- হিতোপদেশNoun
সুপৰামৰ্শ; সজ আলচ; কোনো কথাৰ নিমিত্তে দিয়া ভাল বুদ্ধি
friendly or useful advice
- হিদলhi-dolMaterial Noun
fermented fish.
- হিন্দhindProper Noun
দক্ষিণ এছিয়াৰ এখন দেশ
a country in the south Asia
- হিন্দীhindīNoun
উত্তৰ প্ৰদেশ, বিহাৰ আদি অঞ্চলত ভাষা
one of the languages of Aryan stock now spoken in Northern India
- হিন্দুhinduNoun
সিন্ধু নৈৰ পাৰত আদিতে বাস কৰা আৰু বেদ, পুৰাণ আদি শাস্ত্ৰৰ ধৰ্ম্মমতে চলা এজাতি মানুহ; বি. হিন্দুস্হান হিন্দুবিলাক বাস কৰা এখন দেশ; পশ্চিম দেশ
Hindustan; Northern India
- হিন্দু-চুটিয়াhindu-cuṭiẏāNoun
"চুটিয়া" চোবাঁ।
- হিন্দুকোষProper Noun
আফগানিস্তান আৰু উত্তৰ পাকিস্তানৰ মাজত থকা ৮০০ কিলোমিটাৰ দীঘল পৰ্বতমালা৷
is an 800-kilometre-long (500 mi) mountain range that stretches between central Afghanistan and northern Pakistan. It is a western subrange of the Himalayas.
- হিন্দুকোষ পৰ্বতProper Noun
আফগানিস্তান আৰু উত্তৰ পাকিস্তানৰ মাজত থকা ৮০০ কিলোমিটাৰ দীঘল পৰ্বতমালা৷
is an 800-kilometre-long (500 mi) mountain range that stretches between central Afghanistan and northern Pakistan. It is a western subrange of the Himalayas.
- হিন্দুত্ববাদAbstract Noun
হিন্দু ধৰ্ম সংক্ৰান্তীয় এক চৰম সমাজ-ৰাজনৈতিক মতবাদ
An extreme socio-political viewpoint of Hinduism.