← ফুৰি যাওক

হিট্হিট্

hiṭhiṭ

অৰ্থ

1.

বহু মানুহৰ হুলস্হূল বা সমাগমৰপৰা উঠা শব্দ; ঘিটঘিট

imitative word used to express the humming sound produced by a large concourse of people

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হিট্হিট্ · অসমীয়া অভিধান