← ফুৰি যাওক

হিত

hita

অৰ্থ

1.

উপকাৰী; মঙ্গলজনক; কল্যাণকৰ; শুভ

good; beneficial; auspicious; beneficient

বিণ.

2.

উপকাৰ; মঙ্গল; কল্যাণ

good; welfare; benefit; weal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হিত · অসমীয়া অভিধান