কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিব-চতুৰ্দশীNoun
মাঘ আৰু ফাগুন মাহৰ যোৰাত হোবা কৱষ্ণপক্ষৰ চতুৰ্দ্দশী তিথিৰ দিন [সেইদিনা নিৰাহাৰে আৰু উজাগৰে থাকি শিব-পূজা কৰিলে পুণ্য হয় বুলি হিন্দু শাস্ত্ৰত কয়।]
a day about the middle of February preceding the day of the new moon, observed by Hindus by fasting and praying to Śiva
- শিব-লিঙ্গNoun
পূজা কৰিবলৈ বুলি লিঙ্গৰ (পুৰুষাঙ্গ) দৰে সজা শুব-মূৰ্ত্তি
the phallus; an emblem of Śiva
- শিবলোকNoun
শিব থকা ঠাই; কৈলাস
the abode of Śiva
- শিবাśibāNoun
শিবৰ পত্নী; দুৰ্গা
Durgā, the wife of Śiva
- শিবানীśibānīNoun
শিবৰ পত্নী; দুৰ্গা
Durgā, the wife of Śiva
- শিবালয়śibālaẏaNoun
শিব-মন্দিৰ; শিবলোক
the abode or temple of Śiva
- শিবিকাśibikāNoun
পাল্কী
a litter
- শিবিৰśibiraNoun
ৰণত সৈন্য থকা বাহৰ; ৰণুবা থকা ঠাই
a camp; tents or huts used by an army in action
- শিবৰাত্ৰিNoun
মাঘ আৰু ফাগুন মাহৰ যোৰাত হোবা কৱষ্ণপক্ষৰ চতুৰ্দ্দশী তিথিৰ দিন [সেইদিনা নিৰাহাৰে আৰু উজাগৰে থাকি শিব-পূজা কৰিলে পুণ্য হয় বুলি হিন্দু শাস্ত্ৰত কয়।]
a day about the middle of February preceding the day of the new moon, observed by Hindus by fasting and praying to Śiva
- শিমলুśimaluNoun
সৰুতে গাত ডাঙৰ আৰু টুবুকা কাঁইট থকা এবিধ ওখ ডাঙৰ আওকাঠী গছ [কলৰ নিচিনা গুটি লাগে আৰু তাৰ ভিতৰত শিমলু- তুলা হয়।]
the silk cotton tree; Bombax malabaricum or heptaphylum
- শিমলু-আলুśimalu-āluNoun
গছ-আলু; শিমলুৰ পাতৰ নিচিনা পাতেৰে এবিধ লতা-চানেকীয়া সৰু আৰু কোমল গছ [আন দেশত ইয়াৰ খেতি হয়; অসমত ইয়াৰ গছ টুকুৰা-টুকুৰ কৰি কাটি নকৈ তোলা ঢাপত গোঁজ পুতি বেৰ দিয়ে; তাত গুৰিৰপৰা ওলাই মাটিৰ তলত দীঘলীয়া আলু বাঢ়ে; আলু কেঁচায় বা সিজাই খায়; আমেৰিকা আদি দেশত সেই আলুৰ পিঠাগুৰি কৰে আৰু বটলত ভৰাই নানা দেশলৈ বিক্ৰীৰ কাৰণে পঠায়; তাক বোলে আৰু গাখীৰ বা পানীত সিজাই খায়; ইয়াৰ পাত এড়ি-পলুক খুবায়ঃ গছ কাটিলে আঠা ওলায় আৰু তাৰ ছালৰপৰা এবিধ ৰং তৈয়াৰ কৰে; পাটীদৈ আলুৰ গুৰি যি নিয়মেৰে তৈয়াৰ কৰে -ও সেই নিয়মেৰেই কৰে।]
Tapioca ; Tapioca ; cassava; Manihot utilisima
- শিমলু-মনোহৰśimalu-manoharaNoun
এজাতি ডাঙৰ দীঘল মনোহৰ কল
a variety of plantain
- শিম্বাCommon Noun
লেচেৰা মাহজাতীয় যিকোনো দীঘল পাচলি।
Any of various leguminous plants grown for their edible seeds and pods.
- শিলśilaNoun
স্বাভাবিকতে হোবা এবিধ বৰ টান বালি বা মাটিৰ নিচিনা বস্ত্ত; প্ৰস্তৰ; পাথৰ
a stone
- শিল-কটীয়াśila-kaṭīẏāNoun
শিলাকুটি।
- শিল-কপৌśila-kapauNoun
এজাতি নীল বৰণীয়া কপৌ।
- শিল-কাছśila-kāchaNoun
এজাতি বৰ ক'লা বৰণীয়া পিঠিৰে সৰু কাছ।
- শিল-কেঁকোৰাśila-kem̐korāNoun
এজাতি সৰু ক'লা বৰণৰ কেঁকোৰা।
- শিল-কোমোৰাśila-komorāNoun
এজাতি দীঘল, গা-লাহী আৰু মঙহাল কোমোৰা।
- শিল-ঘৰিয়াśila-ghariẏāNoun
ৰৌ জাতিৰ কিন্ত্ত তাতকৈ সৰু এবিধ মাছ
a kind of fish; Labeo dyochilus