← ফুৰি যাওক

শিব-চতুৰ্দশী

অৰ্থ

1.

মাঘ আৰু ফাগুন মাহৰ যোৰাত হোবা কৱষ্ণপক্ষৰ চতুৰ্দ্দশী তিথিৰ দিন [সেইদিনা নিৰাহাৰে আৰু উজাগৰে থাকি শিব-পূজা কৰিলে পুণ্য হয় বুলি হিন্দু শাস্ত্ৰত কয়।]

a day about the middle of February preceding the day of the new moon, observed by Hindus by fasting and praying to Śiva

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শিব-চতুৰ্দশী · অসমীয়া অভিধান