শিল
śila
অৰ্থ
1.
স্বাভাবিকতে হোবা এবিধ বৰ টান বালি বা মাটিৰ নিচিনা বস্ত্ত; প্ৰস্তৰ; পাথৰ
a stone
বি.
2.
বৰষুণৰ লগত পৰা আৰু বৰ চেঁচা হৈ শিলৰ নিচিনা গোট মৰা পানী; বৰ চেঁচা হৈ গোট মৰা শিলৰ আকৱতিৰ পানী
a hail stone
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ