কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্মোপদেশAbstract Noun
ৰাজহুৱাভাৱে প্ৰদান কৰা ঈশ্বৰ উপাসনা বিষয়ক বক্তৃতা৷
a religious discourse delivered in public.
- ধৰ্ম্মdharmmaNoun
স্বাভাবিক গুণ বা প্ৰকৱতি; যেনে-"জীবৰ ধৰ্ম্ম মৰণ"; . অভ্যাসৰপৰা হোবা স্বভাব; যেনে -"মদপীৰ ধৰ্ম মদ খোবা"
property; faculty ; acquired character
- ধৰ্ম্ম-জ্ঞানNoun
ধৰ্ম্মৰ তত্ত্ব বিষয়ক জ্ঞান
knowledge of or responsibility towards religion
- ধৰ্ম্ম-পত্নীNoun
ধৰ্ম্মৰ কাৰণে লোবা পত্নী; "সহধৰ্ম্মিণী" চোবাঁ।
- ধৰ্ম্ম-পুত্ৰNoun
ধৰ্ম্ম ৰক্ষাৰ নিমিত্তে পুত্ৰৰূপে গ্ৰহণ কৰা ল'ৰা
- ধৰ্ম্ম-প্ৰচাৰকdharmma-pracārakaNoun
ধৰ্ম্ম প্ৰচাৰ কৰি ফুৰা লোক
missionary
- ধৰ্ম্ম-মতNoun
ধৰ্ম্ম-সম্পৰ্কীয় অভিমত
creed
- ধৰ্ম্ম-মূৰ্ত্তিNoun
ধৰ্ম্ম-স্বৰূপ মূৰ্ত্তি; বৰ ধাৰ্ম্মিক-মানুহ; সাক্ষাৎ ধৰ্ম্ম যেন মানুহ; ন্যায়বন্ত লোক
a very pious man
- ধৰ্ম্ম-শালাNoun
ৰজাৰ বিচাৰ-ঘৰ
a court of justice
- ধৰ্ম্মত্ৰNoun
ধৰ্ম্ম পালন কৰিবলৈ মহন্তক দান কৰা মাটি
land granted to a Mahanta
- ধৰ্ম্মপালNoun
বিঘিনিৰপৰা ধৰ্ম্ম ৰক্ষা কৰোঁতা
a defender of religion
- ধৰ্ম্মপালকNoun
বিঘিনিৰপৰা ধৰ্ম্ম ৰক্ষা কৰোঁতা
a defender of religion
- ধৰ্ম্মপুত্ৰdhorm.mo.pu.troProper Noun
পঞ্চপাণ্ডৱৰ সবাতোকৈ জেষ্ঠজন৷ এখেতৰ দেৱপিতৃ যমৰাজ আৰু মাক কুন্তী৷
the eldest brother of the Pandavas.
- ধৰ্ম্মপ্ৰচাৰকdhor.mo.pro.sa.rokCommon Noun
কোনো বিশেষ ধৰ্মৰ বাণী প্ৰচাৰ কৰোতা৷
a person, usually a priest, who is involved in religious preaching
- ধৰ্ম্মপ্ৰৱৰ্তকdhor.mo.pro.wor.tokCommon Noun
কোনো বিশেষ ধৰ্মৰ বাণী প্ৰচাৰ কৰোতা৷
a person, usually a priest, who is involved in religious preaching
- ধৰ্ম্মমণ্ডলীNoun
কোনো এক ধৰ্ম্মত প্ৰবৰ্ত্তা মানুহৰ সমাজ বা সভা; ধৰ্ম্মসভা
a religious assembly
- ধৰ্ম্মসংহিতাNoun
ন্যায় বিচাৰৰ অনেক বিধি সংগ্ৰহ কৰি ঋষিয়ে কৰা পুথি; "ধৰ্ম্ম- শাস্ত্ৰ"ৰ
- ধৰ্ম্মস্বdharmmasbaNoun
ধৰ্ম্ম-সম্পৰ্কীয় কাম-কাজত খৰচৰ বাবে দিয়া অনুদান
religious endowment
- ধৰ্ম্মাধিNoun
ধৰ্ম্মাধিকাৰ; ধৰ্ম্ম-গুৰু; ধৰ্ম্ম-বিষয়ক গুৰিয়াল; যেনে-"মণিপুৰ ৰজাৰ গুৰু ধৰ্ম্মাধিক জনালে" (বুৰঞ্জী)
a religious head; an authority on religion; the head of a religious institution
- ধৰ্ম্মাধিকৰণNoun
বিচাৰালয়
court