কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনগ্ৰসৰo.no.gro.xorProper Adj.
শিক্ষা-দীক্ষা আৰু আৰ্থিকভাৱে পিচপৰি থকা |
Having made less than normal progress both economically and literally.
- অনঘanaghaAdjective
নিষ্পাপ; নিৰ্দ্দোষ; পবিত্ৰ; নিষ্কলঙ্ক
sinless; faultless; pure; spotless
- অনঙ্গanaṅgaNoun
কন্দৰ্প; কামদেব
Cupid
- অনজ্ঞo.no.gyoProper Adj.
যাৰ শিক্ষা অথবা জ্ঞানৰ অভাৱ।
Lacking education or knowledge.
- অনতিক্ৰম্যo.no.to.kro.myoProper Adj.
যি স্থানলৈ সহজে যাব নোৱাৰি বা যাবলৈ অসুবিধা
that can not be traversed or difficult to reach
- অনধিকo.no.dhikProper Adj.
তেনেই কম পৰিমাণৰ; নিচেই কম৷
in very small quantity
- অনধিকাৰীAdjective
স্বত্ব, ক্ষমতা বা যোগ্যতা নথকা
devoid of right, power or fitness
- অনধিকৃতo.no.dhi.kri.toVerbal Adj.
অধিকাৰ বা দখল নকৰা
not possessed or occupied
- অনধিগম্যo.no.dhi.go.myoProper Adj.
যিহক বুজিবলৈ টান, তেনে ।
Difficult to be known or understand.
- অননুকৰণীয়o.no.nu.ko.ro.ni.yoProper Adj.
অনুকৰণ বা প্ৰতিলিপি কৰাৰ অসমৰ্থ ৷
incapable of being imitated or copied.
- অননুবাদ্যo.no.nu.ba.dyoAdjective Adj.
আন ভাষালৈ অনুবাদ বা ভাঙনি কৰিব নোৱৰা বা কৰিলেও মূলৰ কাষ চাপিবলৈ অসুবিধা হোৱা কবিতা আদিৰ শাৰী৷ যেনেঃ ’তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ’ বা ’নখে মাটি লেখা খোজে তলমূৰ হৈ নুফুৰিবা পৃথিৱীত পখিলা নেচাই’৷
piece of writing especially poetry etc. which cannot be translated to another language.
- অননূকৰণীয়ananūkaraṇīẏaAdjective
অনূকৰণৰ অসাধ্য; অনুকৰণৰ অযোগ্য
inimitable; unfit for imitation
- অনন্ত-যৌবনananta-yaubanaNoun
চিৰকাললৈ থকা ডেকা অবস্হা
eternal youth
- অনন্ত-যৌৱনাo.non.to-jou.bo.naProper Adj.
কেতিয়াও শেষ নোহোৱা ধৰণৰ যৌৱনৰ অধিকাৰী (নাৰী)
having everlasting youth (said of a girl or woman)
- অনন্তস্থায়ীo.non.to.stha.yiProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- অনন্যananyaAdjective
একক
unique
- অনন্য-পূৰ্বাananya-pūrbāAdjective
আন এজনক আগেয়ে দিওঁ নোবোলা
not bequethed to another previously; virgin
- অনন্য-পূৰ্ব্বাananya-pūrbbāAdjective
আন এজনক আগেয়ে দিওঁ নোবোলা
not bequethed to another previously; virgin
- অনন্যবৃত্তিProper Adj.
যাৰ অন্য কোনো কৰ্ম বা জীৱিকা নাই
engaged in no occupation other than
- অনন্যব্ৰতProper Adj.
যাৰ অন্য ব্ৰত, কৰ্ম বা সংকল্প নাই
engaged in or performing no task other than.