কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিয়াৰিniẏāriNoun
ধাতু পিটি গঢ় লগোবা আৰু নিমজ কৰা এটা টান লোৰ ঠকুৰা
an anvil
- নিয়োজনীয়ni.yo`.jo.ni.yoVerbal Adj.
নিয়োগ কৰিবৰ বা কামত লগাবৰ উপযুক্ত
fit to be engaged in or appointed to
- নিয়োজিতniẏojitaAdjective
নিযুক্ত হোবা।
- নিয়োজ্যni.yo`.jyoVerbal Adj.
নিয়োগ কৰিবৰ বা কামত লগাবৰ উপযুক্ত
fit to be engaged in or appointed to
- নিৰংকুশni.rong.kuxProper Adj.
সম্পূৰ্ণ আৰু কোনো বাধা অথবা সীমা নথকাকৈ।
Complete and without restriction or qualification; sometimes used informally as intensifiers.
- নিৰক্ষীয়Proper Adj.
বিষুৱ ৰেখাৰ, বিষুৱ ৰেখাত, বিষুৱ ৰেখাৰ ওচৰত
of, at or near the equator
- নিৰক্ষৰnirakṣaraAdjective
আখৰ চিনি নোপোবা; পঢ়িব নজনা
unlettered; illiterate
- নিৰঙ্কুশniraṅkuśaAdjective
বাধা বা দমন কৰোঁতা নথকা; মুকলি-মূৰীয়া; নিজ ইচ্ছাৰে চলা
unchecked; free
- নিৰতnirataAdjective
আসক্ত; নিবিষ্ট, যেনে-কৰ্ম্ম-নিৰত
devoted
- নিৰতিশয়niratiśaẏaAdjective
অত্যধিক।
- নিৰত্যয়ni.ro.tyoyProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- নিৰন্তnirantaAdjective
বিৰত; ক্ষান্ত; বঞ্চিত; নিৰ্ব্বাসিত
not forward; deprived of; banished
- নিৰন্তৰnirantaraAdjective
ছেদ-ভেদ নথকা
incessant; continuous
- নিৰন্নnirannaAdjective
অম্লহীন
without food
- নিৰপত্যni.ro.potyoProper Adj.
ল’ৰা-ছোৱালী নথকা ব্যক্তি ৷
Someone without offspring.
- নিৰপেক্ষnirapekṣaAdjective
কাৰো ফলীয়া নোহোবা; পক্ষপাত নথকা; স্বাধীনভাবে কাৰ্য্য কৰা
neutral; impartial; acting independently
- নিৰপৰাধীAdjective
নিৰ্দ্দোষী
without guilt; innocent
- নিৰবnirabaAdjective
অমাত; কথা নোকোবা
voiceless
- নিৰবকাশnirabakāśaAdjective
অবকাশ-শূন্য; আজৰি নোহোবা; মাজত শূন্য নোহোবা।
- নিৰবচ্ছিন্নnirabacchinnaAdjective
নিৰন্তৰ।