← ফুৰি যাওক

নিৰপেক্ষ

nirapekṣa

অৰ্থ

1.

কাৰো ফলীয়া নোহোবা; পক্ষপাত নথকা; স্বাধীনভাবে কাৰ্য্য কৰা

neutral; impartial; acting independently

বিণ.

2.

ফলৰ নিমিত্তে অন্যৰ ওপৰত নিৰ্ভৰ নকৰা; "নাম-কীৰ্ত্তনেসে নিৰপেক্ষ তাৰ সাধন জানা নিশ্চয়" (ৰত্নাবলী)।

বিণ.

3.

সম্পূৰ্ণ মুক্ত; যেনে-"পাছে নিৰপেক্ষ হোবে ভকত প্ৰধান" (মিশ্ৰ-গীতা)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰপেক্ষ · অসমীয়া অভিধান