← ফুৰি যাওক

নিয়াৰি

niẏāri

অৰ্থ

1.

ধাতু পিটি গঢ় লগোবা আৰু নিমজ কৰা এটা টান লোৰ ঠকুৰা

an anvil

বি.

2.

পোন; নিমজ

straight; well-finished

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিয়াৰি · অসমীয়া অভিধান