← ফুৰি যাওক

নিৰন্তৰ

nirantara

অৰ্থ

1.

ছেদ-ভেদ নথকা

incessant; continuous

বিণ.

2.

সকলো; সমস্ত

all without exception

বিণ.

3.

নেৰা-নেপেৰাকৈ; অবিচ্ছেদে

incessantly

ক্ৰি. বিণ.

4.

অনেকৰ ভিতৰত; বহু ঠাইত

among many; in many places

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰন্তৰ · অসমীয়া অভিধান