কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অধঃস্থo.dhoh.sthoProper Adj.
অইনৰ অধীন বা লোকৰ সহায় সহযোগত জীয়াই থকা৷
Unable to exist without support from something else.
- অধঃস্হadhaḥshaAdjective
অধীনত থকা; তলতীয়া; তলৰ খাপৰ; অধস্তন
inferior; lower in gradel subordinate
- অধইচadhaicaAdjective
অধস্য।
- অধনুবাadhanubāAdjective
ধন-নলগা; এনেই বা শুদাই পোবা
obtained gratis; requiring no payment of price
- অধনুৱাo.dho.nu.waProper Adj.
যি বস্তু কোনো দাম নিদিয়াকৈ পাব পাৰি৷
Things that has no price or cost attached to it
- অধমadhamaAdjective
তললৈ যোবা; নীচ; পাষণ্ড; নীহ; নিকৱষ্ট
base; low; vile
- অধস্কৃতo.dhos.kri.toVerbal Adj.
যাক অনাদৰ বা অৱহেলা কৰা হয়
one, who or which is not paid attention
- অধস্কৱতadhaskawataAdjective
যাক হেয় বা অনাদৰ কৰা হয়; অনাদৱত
neglected; disregarded
- অধস্তনadhastanaAdjective
অধঃস্হ।
- অধস্যadhasyaAdjective
সকলোতকৈ বেয়া; বৰ নীচ বা অধম; অতি নিকৱষ্ট
vile; mean; base
- অধাচাৰীo.dha.sa.riProper Adj.
যি আচাৰে সামাজিক বা গৃহীত নীতিক উলাই কৰে
a conduct not accepted or established as consistent with principles of personal and social ethics
- অধাৰ্মিকadhārmikaAdjective
অধৰ্ম্মী; পাপিষ্ঠ; অন্যায়কাৰী
sinful; unrighteous
- অধাৰ্ম্মিকadhārmmikaAdjective
অধৰ্ম্মী; পাপিষ্ঠ; অন্যায়কাৰী
sinful; unrighteous
- অধিকadhikaAdjective
অনেক; বহুত; সৰহ; ভালেমান
large in quantity or number; many; much
- অধিক-উত্পাদনক্ষমo.dhik-ut.pa.don.khyomVerbal Adj.
কৃষি বা উদ্যোগত বেছিকৈ উত্পাদন দিব পৰা
giving a large amount of agricultural or industrial production
- অধিকতমo.dhik.tomProper Adj.
আটাইতকৈ বেছি পৰিমাণৰ ৷
The greatest possible quantity or degree.
- অধিকৃতo.dhi.kritVerbal Adj.
যাক সম্পূৰ্ণৰূপে অধিকাৰ কৰা হৈছে
brought under complete control or subjection
- অধিগতadhigataAdjective
যিটো জনা বা পোবা যায়; জ্ঞাত; পোবা
learnt; mastered; acquired
- অধিগম্যo.dhi.go.myoProper Adj.
যাৰ ওচৰলৈ যাবলৈ, ভিতৰত প্ৰৱেশ কৰিবলৈ, বা যিটো ব্যৱহাৰ কৰিবলৈ সহজ ৷
Which is easy to approach, enter, or use.
- অধিচ্ছদীয়o.dhis.so.di.yoProper Adj.
প্ৰাণীদেহৰ যিকোনো পৃষ্ঠ আৱৰি থকা বা কোনো ফোপোলা অংগৰ ভিতৰৰ আৱৰণ গঠন কৰা কলা সম্বন্ধীয়
relating to any animal tissue that covers a surface, or lines a cavity or the like