← ফুৰি যাওক

অধিক

adhika

অৰ্থ

1.

অনেক; বহুত; সৰহ; ভালেমান

large in quantity or number; many; much

বিণ.

2.

অতিৰিক্ত

excessive

বিণ.

3.

শ্ৰেষ্ঠ; যেনে-'ৰাম-নাম সবাতো অধিক' (কীৰ্ত্তন)

supreme

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ