কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিভোৰ হbi.bho`r hoVerb-Trans.
to involve deeply in some work
- বিভ্ৰান্ত কৰ্bi.bhran.to korVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বিমুখ কৰ্bi.mukh korVerb-Trans.
ইচ্ছা বা আশা পূৰণ কৰাত ব্যৰ্থ হ
Fail to fulfil the desire or expectation of
- বিমুখেAdverb
পাছলৈ মুখ কৰি; মুখা-মুখিকৈ নথকাত
with the face turned behind
- বিমুদ্ৰাকৃতbi.mud.ra.kri.toVerbal Adj.
(টকা বা তেনে বস্তু) যাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰা হৈছে
withdrawn (money or the like) from use
- বিমুদ্ৰাকৰণbi.mud.ra.ko.ronVerbal Noun
(টকা বা তেনে বস্তুৰ) ব্যৱহাৰ প্ৰত্যাহাৰ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process of withdrawing (money or the like) from use
- বিমূৰত পেলাVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বিমোহিত কৰbi.mo`.hi.to korVerb-Trans.
কাৰোবাক কিবা কৰাবলৈ আকৰ্ষিত কৰ৷
to attract someone to do something
- বিমোৰত পৰ্bo.mo`.rot porVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বিম্বাদশবদেbimbādaśabadeAdverb
অতি বেগেৰে; প্ৰচণ্ড গতিৰে
with great velocity; with the speed of sound
- বিম্বাশবদেbimbāśabadeAdverb
অতি বেগেৰে; প্ৰচণ্ড গতিৰে
with great velocity; with the speed of sound
- বিম্বাশৱদেbim.ba.xo.wo.deAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- বিমৰিষbimariṣaNoun
বিমৰ্ষ; মন্ত্ৰণা; পৰামৰ্শ, ভবা-চিন্তা; যেনে -"সবে দেবে মিলি পাছে বিমৰিষ কৰি।" (মা. ক., অযোধ্যাকাণ্ড)
- বিমৰ্দ্দbimarddaTransitive verb
মোহাৰ্; মৰ্দ্দন কৰ্; নাশ কৰ্।
- বিমৰ্ষ হbi.mor.xo hoVerb-Intran.
আনন্দ-উৎসাহ নাইকীয়া হ
to be cheerless or melancholic
- বিলগ কৰ্bi.log korVerb-Trans.
কোনো মানুহ,বস্তু আদি এটাৰ পৰা আনটো নিলগাই ৰখা আৰু ভিন্ন ব্যৱহাৰ কৰা
to isolate, keep some people or something separately from other and treat them differently
- বিলম্ব কৰ্bi.lom.bo korVerb-Intran.
To fail to keep up with time
- বিলম্বিতbi.lom.bi.toVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- বিলম্বেVerb; Noun
পলম কৰি।
- বিলাই দেbi.lai deVerb-Trans.
মানুহৰ এটা মাজত গোট বা দলৰ মাজত খাদ্য অথবা সাজ-পোছাক ভাগ কৰি দিয়া
to distribute sth like food, clothe among a group of people