← ফুৰি যাওক

বিভ্ৰান্ত কৰ্

bi.bhran.to kor

অৰ্থ

2.

জানি বুজি কাৰোবাক শলঠেকত পেলোৱা যাতে থতমত খাই কি কব (লাগে), ঠিৰাং কৰিব নোৱাৰে৷

to confuse, puzzle somebody so that they cannot answer or do not know what to say.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিভ্ৰান্ত কৰ্ · অসমীয়া অভিধান