← ফুৰি যাওক

বিমুদ্ৰাকৰণ

bi.mud.ra.ko.ron

অৰ্থ

1.

(টকা বা তেনে বস্তুৰ) ব্যৱহাৰ প্ৰত্যাহাৰ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া

the act or process of withdrawing (money or the like) from use

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিমুদ্ৰাকৰণ · অসমীয়া অভিধান