বিমৰিষ
bimariṣa
অৰ্থ
1.
বিমৰ্ষ; মন্ত্ৰণা; পৰামৰ্শ, ভবা-চিন্তা; যেনে -"সবে দেবে মিলি পাছে বিমৰিষ কৰি।" (মা. ক., অযোধ্যাকাণ্ড)
বি.
2.
ভবা-চিন্তা বা আলোচনা কৰ্; যেনে-"শুনা এবে কহো বিমৰিষি পূৰ্ব্বাপৰ" (ৰত্নাবলী)।
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ