কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিচ্যুতbicyutaAdjective
যিটো এৰা পৰিছে; স্খলিত।
- বিচ্যুতিগতbi.syu.ti.go.toProper Adj.
বিচ্যুতিৰ সৈতে সম্পৰ্ক থকা বা সেই সম্বন্ধীয়
of or relating to deviation
- বিচৰণশীলbi.so.ron.xilProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- বিজতুবাbijatubāAdjective
জাত এৰা; নিজ জাতত নথকা; নিকৱষ্ট; অধোগত
degenerated; deteriorated
- বিজতুৱাbi.jo.tuwaProper Adj.
উল্লেখিত দেশখনত বাজে অন্য দেশৰ, অন্য দেশৰ পৰা অহা বা অন্য দেশীয় গুণ-সম্পন্ন
Of, characteristic of, or from a place or country other than the one being considered
- বিজতৰীয়াbijatarīẏāAdjective
জাত এৰা; নিজ জাতত নথকা; নিকৱষ্ট; অধোগত
degenerated; deteriorated
- বিজনbijanaAdjective
নিৰ্জন; জনহীন
desolate
- বিজলীয়াAdjective
সদায় ফাঁকি দিয়া; নানা ছলনা কৰা
artful; cunning
- বিজলুবাAdjective
slimy
- বিজাতbijātaAdjective
অকামিলা; আপচু; যেনে-"অজাত গছৰ বিজাত ফল, কেঁচাইষে টেঙা, পকিলেও টেঙা"
useless; nasty
- বিজাতবীয়াbi.ja.to.bi.yaProper Adj.
নিজৰ জাত-কূল ত্যাগ কৰা বা জাত-কূলৰ পৰা বহিষ্কৃত ব্যক্তি৷
a person who has left or been expelled from his or her caste.
- বিজাতীয়bijātīẏaAdjective
অন্য জাতিৰ; বিদেশী (ভাষা, আচাৰ)
belonging to a different caste or nation; foreign
- বিজাতৰীয়াbijātarīẏāAdjective
বিজতৰীয়া।
- বিজিতbijitaAdjective
পৰাজিত
defeated; conquered
- বিজুbijuAdjective
গহীন; জনহীন; যেনে -"ঘোড়াত চৰি মহাৰঙ্গ মনে। মৱগত মাৰি ফুৰে বিজুৰনে" (কীৰ্ত্তন)।
- বিজুলীবেগেbi.ju.li.be.geVerbal Adj.
অতি বেগী বা হঠাতে অহা/ যোৱা, হোৱা৷ যেনেঃ বিদ্যুতক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে৷
very fast or sudden.
- বিজেতাbijetāAdjective
বিজয়ী
conqueror
- বিজোখbijokhaAdjective
ঠিক জোখৰ নোহোবা; ঠিক পৰিমাণতকৈ সৰু বা ডাঙৰ
disproportionate; out of measurement or size
- বিজ্ঞbijñaAdjective
জ্ঞানী; জনা; নিপুণ
wise; clever
- বিজ্ঞাতbijñātaAdjective
বিশেষৰূপে জনা।